প্ৰকল্প লক্ষ্যসমূহ

NTMৰ মূল কাৰ্যসমূহ হ’ব এনেধৰণৰ
1. VIII অনুসূচীৰ সমূহ 22টা ভাষাত বৈজ্ঞানিক ও কাৰিকৰী পাৰিভাষিক শব্দাৱলীৰ বিকাশ
2. অনুবাদকৰ শিক্ষা
  - কম সময়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন
- ভাষাৰ অংশ হিচাপে অনুবাদকৰ বাবে পাঠ্যক্ৰমৰ সৃজন
- শিক্ষণ কাৰ্যসূচী
- অনুবাদ প্ৰযুক্তি আৰু সম্পৰ্কিত ক্ষেত্ৰসমূহত বিশেষ পাঠ্যক্ৰমৰ বিকাশ
- বৃত্তিমূলক কাৰ্যসূচী
- গৱেষণা প্ৰকল্পক উত্সাহিতকৰণ
3. তথ্য প্ৰসাৰণ
4. উপযুক্ত মানদণ্ড সম্পন্ন অনুবাদৰ পৃষ্ঠপোষকতা আৰু প্ৰসাৰণ
5. যান্ত্ৰিক অনুবাদ(MT) আৰু যন্ত্ৰ-সাহাৰ্যিত অনুবাদৰ(MAT) পৃষ্ঠপোষকতা
  - ইংৰাজী আৰু ভাৰতীয় ভাষাৰ মাজত
- এটা ভাৰতীয় ভাষাৰ পৰা আন এটা ভাৰতীয় ভাষালৈ
- ভাৰতীয় ভাষা আৰু পৃথিৱীৰ আন মুখ্য ভাষাৰ মাজত
6. অভিধান, শব্দকোষ, ৱৰ্ড-ফাইণ্ডাৰ, অনলাইন লুক-আপ আৰু অনুবাদৰ বাবে চফ্টৱেৰ, মেমৰি, ৱৰ্ডনেট আদিৰ দৰে উচ্চ মানদণ্ড সম্পন্ন অনুবাদ সঁজুলিৰ সৃজনৰ লগতে মোবাইল প্ৰযুক্তিৰ দৰে নতুন সৰ্বব্যাপী প্লেটফৰ্মসমূহত এই সুবিধাসমূহ সহজতে উপলব্ধ কৰা