NTM-এ দেশৰ বিভিন্ন স্থানত বিভিন্ন ভাষাৰ বাবে কৰ্মশালা, আলোচনাচক্ৰ, অনুশীলন অনুষ্ঠান,
আদিৰ দৰে নানা ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। এই অনুষ্ঠানসমূহৰ বাতৰি ৰাষ্ট্ৰীয়
আৰু আঞ্চলিক পৰ্যায়ৰ বাতৰি-কাকতসমূহে প্ৰকাশ কৰে। ৱেবছাইটৰ এই শাখাত তেনেধৰণৰ বাতৰিবিলাক
প্ৰদৰ্শন কৰা হয়।
|