ফন্টৰ সমস্যাসমূহ

1. ভাৰতীয় ভাষাৰ পাঠৰ সলনি যদি মই বাকচ (তলত দিয়া ধৰণে) বা প্ৰশ্নবোধক চিন দেখা পাওঁ, তেন্তে কি কৰিম?
  speacial characters
 
2. ভাৰতীয় ভাষাৰ পাঠ দেখা পোৱা গৈছে কিন্তু কিছুমান শব্দ সঠিক ধৰণেৰে সংগঠিত হোৱা নাই।
 
3. কাশ্মীৰী ফন্ট ডাউনলোড কৰক
চান্তালী ফন্ট ডাউনলোড কৰক
সিন্ধ্ৰী ফন্ট ডাউনলোড কৰক
 
  ভাৰতীয় ভাষা শুদ্ধকৈ প্ৰদৰ্শিত কৰিবৰ বাবে সমাধানসমূহ তলত উল্লেখ কৰা হ’ল:
   
  a. আপুনি প্ৰথমতে ইণ্ডিক (ভাৰতীয় ভাষা প্ৰদৰ্শিত কৰিবৰ বাবে Windows ফাইল) সক্ষম/ইনষ্টল কৰিব লাগিব।
    Windows XP বা ওপৰৰ সংস্কৰণত ইণ্ডিক সক্ষম কৰিবৰ বাবে ইয়াত ক্লিক কৰক
    Windows 2000 সংস্কৰণৰ বাবে ইণ্ডিক সক্ষম কৰিবৰ বাবে ইয়াত ক্লিক কৰক
   
  b. এই ব্ৰাউজাৰসমূহ ব্যৱহাৰ কৰি ছাইটক সকলোতকৈ ভালকৈ দেখা পোৱা যায়:
  - Internet Explorer 6.0 বা ওপৰৰ সংস্কৰণ
  - Firefox 1.5 বা ওপৰৰ সংস্কৰণ
    টোকা: আপোনাৰ ওচৰত যদি Internet Explorer বা Firefox ৰ পুৰণা সংস্কৰণ আছে তেন্তে তাক ওপৰত উল্লেখ কৰা সংস্কৰণলৈ উন্নীত কৰক।
   
  c. তলত দিয়া অপাৰেটিং চফ্টৱেৰসমূহ আপোনাক ভাৰতীয় ভাষাৰ পাঠ প্ৰদৰ্শনত সমৰ্থন কৰিব।
   
   
 ভাষা অপাৰেটিং চিষ্টেম
গুজৰাটী Windows XP বা ওপৰৰ সংস্কৰণ
হিন্দী Windows 2000 বা ওপৰৰ সংস্কৰণ
কানাড়া Windows XP বা ওপৰৰ সংস্কৰণ
মালায়লম Windows XP -চাৰ্ভিছ পেক 2 ৰ সৈতে হোৱা উচিত (প্ৰয়োজনীয়)
পাঞ্জাৱী Windows XP বা ওপৰৰ সংস্কৰণ
তেলেগু Windows XP বা ওপৰৰ সংস্কৰণ
তামিল Windows 2000 বা ওপৰৰ সংস্কৰণ
   
 
  Windows XP বা ওপৰৰ সংস্কৰণৰ বাবে ইণ্ডিক সক্ষম কৰক।
  1. আৰম্ভ->সজ্জাসমূহ->নিয়ন্ত্ৰণ পেনেল->তাৰিখ, সময়, ভাষা আৰু ক্ষেত্ৰীয় বিকল্পসমূহ->ক্ষেত্ৰীয় আৰু ভাষা বিকল্পসমূহ->ভাষা টেব-> (জটিল লিপিৰ বাবে ‘ফাইলসমূহ ইনষ্টল কৰক’ত ৰাইট চিন দিয়ক...)লৈ যাওক আৰু ‘ঠিক’ ক্লিক কৰক।
   
    1
   
  2. ‘ঠিক’ ক্লিক কৰক। (তলত ছবি দিয়া আছে).
   
    1
   
  3. ইণ্ডিক সক্ষম কৰিবলৈ আপোনাক Windows 2000ৰ CD প্ৰয়োজন হ’ব।
   
 
 
   
    Enable Indic for Windows 2000
  1. Go to Start->Settings->Control Panel->Regional Options ->Languages->Indic (tick the Indic) and click OK.
   
    1
   
  2. Click OK (Figure Below).
   
    1
   
  3. You will require the Windows 2000 CD to enable Indic.